Breaking News

ৰাজ্যত সাংবাদিক নিগ্ৰহৰ ঘটনাক তীব্ৰ গৰিহণা জুৱাৰ

JD NEWS VISION….

গুৱাহাটী,৭ জুন : ৰাজ্যত বর্ধিত সাংবাদিক নিগ্ৰহৰ ঘটনাত গভীৰ উদ্বেগ প্রকাশ কৰে জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম (জুৱা) এ।

দেওবাৰে গুৱাহাটীৰ আৰ্য নগৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা পিপলছ’ নৰ্থ ইষ্ট (People’s Northeast) নামৰ ব্যক্তিগত নিউজ পৰ্টেলৰ সাংবাদিক হৃদয় আহমেদ আৰু ভিডিঅ জাৰ্নেলিষ্ট অঞ্জন বৰদলৈক একাংশ লোকে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিয়াৰ লগতে গভীৰ উদ্বেগ ব্যক্ত কৰে জুৱাই।

এক বিবৃতিত জুৱাৰ সভাপতি চেমিম চুলতানা আহমেদ আৰু সাধাৰণ সম্পাদক ধনজিত কুমাৰ দাসে আৰক্ষী- প্ৰশাসনক এই ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

 

চেমিম চুলতানা আহমেদ

সভাপতি

ধনজিত কুমাৰ দাস

সাধাৰণ সম্পাদক

About admin

Check Also

करंट दिया, छाती पर डंडे मारे, लड़कियों के कपड़े तक फाड़े’…

Jdnews Vision…. …अखिलेश की पत्नी डिंपल ने दिल्ली पुलिस की खोली पोल…  नई दिल्ली : …

Leave a Reply

Your email address will not be published. Required fields are marked *